পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চত্তীশগড়ৰ জনসাধাৰণক ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱসত শুভেচ্ছা জ্ঞাপন কৰিছে৷
চত্তীশগড়ক প্ৰাকৃতিক সৌন্দৰ্যৰ ভৰাল আখ্যা দি প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে যে বিভিন্ন সংস্কৃতিৰ মিলনভূমি এই ৰাজ্যখনে সদায় প্ৰগতিৰ পথত আগুৱাই যাব৷
******
VRRK/SH
प्राकृतिक सौंदर्य के धनी राज्य छत्तीसगढ़ के निवासियों को स्थापना दिवस की बहुत-बहुत बधाई। मेरी कामना है कि विविध संस्कृतियों की संगम स्थली वाला यह प्रदेश विकास के पथ पर आगे बढ़े।
— Narendra Modi (@narendramodi) November 1, 2019