পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে পাহাৰপুৰ গাঁৱৰ এখন বিদ্যালয় পৰিদৰ্শন কৰি তেওঁ অত্যন্ত আনন্দিত।
প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শৈক্ষিক আন্তঃগাঁথনি উন্নত কৰাৰ লগতে স্থানীয় যুৱক-যুৱতীসকলৰ বাবে সুযোগ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰি আছে।
প্ৰধানমন্ত্ৰীয়ে এক্সৰ এটা পোষ্টত লিখিছে;
“পাহাৰপুৰ গাঁৱৰ এখন বিদ্যালয় পৰিদৰ্শন কৰি অত্যন্ত আনন্দিত। ইয়াতো শৈক্ষিক আন্তঃগাঁথনি উন্নত কৰাৰ লগতে স্থানীয় যুৱক-যুৱতীসকলৰ বাবে সুযোগ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতিয়ে অগ্ৰণী ভূমিকা পালন কৰি আছে।
@rashtrapatibhvn”
Was delighted to visit a school in Pahadpur village. Here too, Rashtrapati Ji has been at the forefront of improving educational infrastructure and ensuring opportunities for the local youth.@rashtrapatibhvn pic.twitter.com/i32N9q5ztj
— Narendra Modi (@narendramodi) June 20, 2026
*****
MJPS/SS/ST/KD

ପାହାଡ଼ପୁର ଗାଁରେ ଏକ ବିଦ୍ୟାଳୟ ପରିଦର୍ଶନ କରିବା ଖୁସିର ବିଷୟ । ସ୍ଥାନୀୟ ଯୁବବର୍ଗଙ୍କ ପାଇଁ ଶିକ୍ଷା ଭିତ୍ତିଭୂମିରେ ସୁଧାର ଆଣିବା ଏବଂ ସୁଯୋଗ ସୁନିଶ୍ଚିତ କରିବାରେ ରାଷ୍ଟ୍ରପତି ଜୀ ଅଗ୍ରଣୀ ଭୂମିକା ନିର୍ବାହ କରିଛନ୍ତି ।@rashtrapatibhvn pic.twitter.com/gurv1rJoQx
— Narendra Modi (@narendramodi) June 20, 2026