Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে মহাত্মা গান্ধীৰ জয়ন্তীত তেওঁক শ্ৰদ্ধাসহকাৰে মূৰ দোঁৱা

প্ৰধানমন্ত্ৰীয়ে মহাত্মা গান্ধীৰ জয়ন্তীত তেওঁক শ্ৰদ্ধাসহকাৰে মূৰ দোঁৱা


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাত্মা গান্ধীক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাসহকাৰে মূৰ দোঁৱায়।

 

নিজৰ টুইটত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

 

“ৰাষ্ট্ৰপিতা মহাত্মা গান্ধীক তেওঁৰ জন্ম-জয়ন্তীত বিনম্ৰ শ্ৰদ্ধাঞ্জলি। পূজ্য বাপুৰ জীৱন আৰু আদৰ্শই দেশৰ প্ৰতিটো প্ৰজন্মক কৰ্তব্য পথত চলিবলৈ অনুপ্ৰাণিত কৰি থাকিব।

 

মই গান্ধী জয়ন্তীত শ্ৰদ্ধেয় বাপুক শ্ৰদ্ধাসহকাৰে সেৱা জনাইছো। তেওঁৰ উচ্চ সিদ্ধান্ত সমগ্ৰ বিশ্বতে প্ৰাসংগিক আৰু লাখ লাখ লোকে তেওঁৰ পৰা সম্বল লাভ কৰে।”

 

****

 

DS/SH