Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে মেঘালয়ৰ জনসাধাৰণক তেওঁলোকৰ ৰাজ্যপদ প্ৰাপ্তি দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে মেঘালয়ৰ জনসাধাৰণক তেওঁলোকৰ ৰাজ্যপদ প্ৰাপ্তি দিৱসৰ শুভকামনা জনায়৷

‘‘মই সদায়েই মেঘালয়ৰ জনসাধাৰণৰ স্নেহৰ প্ৰতি আদৰ জনাও৷ ৰাজ্যখনৰ প্ৰাকৃতিক সৌন্দৰ্য আকৰ্ষণীয়৷ মই মেঘালয়ৰ জনসাধাৰণৰ সুস্বাস্থ্য আৰু উন্নতিৰ বাবে প্ৰাৰ্থনা জনাইছোঁ’’, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷

****

AKT/SH/MANN