পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২ আৰু ৩ জানুৱাৰী,২০২০ত কৰ্ণাটক ভ্ৰমণ কৰিব৷
তামকুৰত তেওঁ শ্ৰী ছিদ্দাগংগা মথ পৰিদৰ্শন কৰিব, য’ত তেওঁ শ্ৰী শ্ৰী শিৱকুমাৰ স্বামীজী সোঁৱৰণী সংগ্ৰাহলয়ৰ আধাৰশিলা স্থাপন কৰিব৷
প্ৰধানমন্ত্ৰীয়ে মঠত প্ৰাৰ্থনা আগবঢ়োৱাৰ লগতে গছপুলিও ৰোপন কৰিব৷ কৰ্ণাটকৰ মুখ্যমন্ত্ৰী শ্ৰী বি.এছ য়েডুৰাপ্পা আৰু আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি অনুষ্ঠানত উপস্থিত থাকিব৷
প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণক সম্বোধন কৰি ভাষণো আগবঢ়াব৷
******
VRRK/KP/MS
On 2nd and 3rd January 2020, PM @narendramodi will be participating in various programmes in Karnataka.
— PMO India (@PMOIndia) January 1, 2020
The first programme tomorrow will be a visit to the Sree Siddaganga Mutt in Tumakuru.
He will lay the foundation stone for a memorial museum remembering the venerable Shri Shri Shivakumar Swamiji. PM @narendramodi will also address the gathering there.
— PMO India (@PMOIndia) January 1, 2020