Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে ৰাজ্যোৎসৱ দিৱসত কৰ্ণাটকক শুভেচ্ছা জনায়


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যোৎসৱ দিৱস উপলক্ষে কৰ্ণাটকৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে৷

ৰাজ্য স্বীকৃতি আইনৰ অধীনত ১৯৫৬ চনৰ ১ নৱেম্বৰত কৰ্ণাটক ৰাজ্য প্ৰতিষ্ঠা হৈছিল৷

দেশৰ প্ৰগতিত কৰ্ণাটকৰ অনবদ্য অৱদানৰ বাবে প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনক অভিনন্দন জনায়৷

“কৰ্ণাটকৰ ৰাজ্যোৎসৱ দিৱস হ’ল দেশৰ প্ৰগতিলৈ কৰ্ণাটকে আগবঢ়োৱা অনবদ্য অৱদান উদযাপনৰ এটা বিশেষ দিন৷ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য আৰু জনসাধাৰণৰ উৎসাহজনক আচৰণৰ বাবে ৰাজ্যখন প্ৰসিদ্ধ৷ অনাগত ভৱিষ্যতত কৰ্ণাটক উন্নয়নৰ পথেৰে আগুৱাই যাওক, তাৰে কামনা কৰিছো৷”—প্ৰধানমন্ত্ৰীয়ে কয়৷

***

VRRK/SH