প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সকলোৰে কল্যাণ আৰু সমৃদ্ধিৰ বাবে প্ৰকৃতিৰ সুৰক্ষা তথা প্ৰতিপালনত গুৰুত্ব আৰোপ কৰি সংস্কৃত হিতোপদেশ সামজিক মাধ্যম এক্সত শ্বেয়াৰ কৰেঃ
पालयन् प्रकृतिं राजा सुखी भवति नान्यथा।
प्रकृतिश्च हिता यस्य स राजा सर्वकामधुक्॥
এই শ্লোকটোৰ জৰিয়তে কোৱা হৈছে যে প্ৰকৃতি সুৰক্ষিত কৰা তথা ইয়াৰ কল্যাণৰ হকে কাম কৰা শাসকে সুখ আৰু সমৃদ্ধি নিশ্চিত কৰে। ইয়াৰ ফলস্বৰূপে প্ৰকৃতিয়ে ইয়াক সুৰক্ষা দিয়া আৰু প্ৰতিপালন কৰাসকলৰ আকাংক্ষা পূৰণ কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত শ্বেয়াৰ কৰা পোষ্টটোত উল্লেখ কৰিছেঃ
पालयन् प्रकृतिं राजा सुखी भवति नान्यथा।
प्रकृतिश्च हिता यस्य स राजा सर्वकामधुक्॥
पालयन् प्रकृतिं राजा सुखी भवति नान्यथा।
प्रकृतिश्च हिता यस्य स राजा सर्वकामधुक्॥ https://t.co/vWlZwpNEI0
— Narendra Modi (@narendramodi) October 28, 2026
****
MJPS/SS/VJ/HS
पालयन् प्रकृतिं राजा सुखी भवति नान्यथा। प्रकृतिश्च हिता यस्य स राजा सर्वकामधुक्॥ https://t.co/vWlZwpNEI0
— Narendra Modi (@narendramodi) October 28, 2026