পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জীৱন আৰু আদৰ্শক সন্মান জনোৱাৰ বাবে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত ৰাষ্ট্ৰ প্ৰেৰণা স্থল উদ্বোধনৰ আভাস ভাগ বাটোৱাৰা কৰে। শ্ৰী বাজপেয়ীৰ ১০১ সংখ্যক জয়ন্তী উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে আজি লক্ষ্ণৌ এক নতুন অনুপ্ৰেৰণাৰ সাক্ষী হৈ পৰিছে। তেওঁ দেশ আৰু বিশ্বক বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰে। ২৫ ডিচেম্বৰত দেশৰ দুগৰাকী মহান ব্যক্তিত্বৰ জন্ম বাৰ্ষিকীৰ উল্লেখযোগ্য অনুষ্ঠানৰ ওপৰত আলোকপাত কৰি শ্ৰী মোদীয়ে মন্তব্য কৰে যে ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ী জী আৰু ভাৰত ৰত্ন মহামান্য মদন মোহন মালব্যজীয়ে ভাৰতৰ পৰিচয়, একতা আৰু গৌৰৱ সুৰক্ষিত কৰাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। প্ৰধানমন্ত্ৰীয়ে এই কথাৰ ওপৰত গুৰুত্ব আৰোপ কৰে যে এই দুয়োগৰাকী বলিষ্ঠ ব্যক্তিত্বই তেওঁলোকৰ অপৰিসীম অৱদানৰ জৰিয়তে ৰাষ্ট্ৰ নিৰ্মাণত এক অপৰিসীম ছাপ এৰি গৈছে।
এক্সৰ এলানি পোষ্টত শ্ৰী মোদীয়ে কৈছেঃ
‘ৰাষ্ট্ৰ প্ৰেৰণা স্থলত থকা পদুম ফুলৰ আকৃতিৰ অত্যাধুনিক সংগ্ৰহালয়খনে নিঃস্বাৰ্থ নেতৃত্ব আৰু সুশাসনৰ মনোভাৱক জীৱন্ত কৰি তুলিছে। ই আহিবলগীয়া প্ৰজন্মসমূহক আমাৰ নায়কসকলৰ আদৰ্শ নিজৰ জীৱনত অন্তৰ্ভুক্ত কৰিবলৈ অনুপ্ৰাণিত কৰি থাকিব’।

‘লক্ষ্ণৌৰ মোৰ পৰিয়ালৰ সদস্যসকলৰ উৎসাহ আৰু উদ্যম এই কথাৰেই প্ৰমাণ যে দেশৰ মহান ব্যক্তিত্বসকলৰ আদৰ্শ,মূল্যবোধ আৰু ৰাষ্ট্ৰীয় সেৱাৰ মনোভাৱে আজিও জনসাধাৰণক পথ প্ৰদৰ্শন কৰি আছে’।
‘ৰাষ্ট্ৰীয় প্ৰেৰণা স্থল হৈছে ভাৰতক আত্মসন্মান, একতা আৰু সেৱাৰ পথ দেখুওৱা চিন্তাধাৰাৰ প্ৰতীক। ইয়াত স্থাপণ কৰা ড০শ্যামা প্ৰসাদ মুখাৰ্জী, পণ্ডিত দীনদয়াল উপাধ্যায় জী আৰু অটল বিহাৰী বাজপেয়ী জীৰ প্ৰতিমূৰ্তিসমূহে আমাক এটা বাৰ্তা প্ৰদান কৰে যে আমাৰ প্ৰতিটো পদক্ষেপ আৰু প্ৰতিটো প্ৰচেষ্টা ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে উৎসৰ্গিত হ’ব লাগে’।
‘ড০শ্যামা প্ৰসাদ মুখাৰ্জীয়ে ভাৰতত অৰ্থনৈতিক আত্মনিৰ্ভৰশীলতাৰ ভেটি স্থাপন কৰিছিল। তেওঁৰ অনুপ্ৰেৰণাৰে আজি আমি ইয়াক আৰু অধিক শক্তিশালী কৰি তুলিবলৈ কোনো প্ৰয়াস এৰা নাই’।
‘পণ্ডিত দীনদয়ালজীৰ দৃষ্টিভংগী আছিল যে প্ৰতিটো সুবিধা শাৰীৰ শেষৰজন ব্যক্তিৰ ওচৰলৈ যাব লাগে। আজি যেতিয়া আমি প্ৰয়োজনীয় সকলোকে চৰকাৰৰ কল্যাণমূলক আঁচনিসমূহৰ সুবিধা প্ৰদান কৰি আছো, তেতিয়া অন্ত্যোদয়াৰ এই সপোন বাস্তৱায়িত হৈছে’।
‘অটলজীৰ জয়ন্তীও সুশাসন উদযাপনৰ দিন। আজি আমি বিজেপি-এনডিএ চৰকাৰে সৃষ্টি কৰা সুশাসনৰ উত্তৰাধিকাৰীক এক নতুন সম্প্ৰসাৰণ দিছো’।
‘কংগ্ৰেছ আৰু ইয়াৰ মিত্ৰশক্তিসমূহে সদায়ে দলটোক ৰাজনৈতিকভাৱে অস্পৃশ্য কৰি ৰাখিছে। কিন্তু বিজেপিৰ সংস্কৃতিয়ে আমাক সকলোকে সন্মান কৰিবলৈ শিকাইছে, যাৰ এটা নহয়, বহুতো উদাহৰণ আছে’।
‘ৰাষ্ট্ৰ প্ৰেৰণা স্থল হৈছে আমাৰ দেশৰ মহান ব্যক্তিত্বৰ জীৱন,তেওঁলোকৰ আদৰ্শ আৰু অমূল্য ঐতিহ্যৰ প্ৰতি উৎসর্গীকৃত এক অনুপ্ৰেৰণামূলক স্মৃতিসৌধ। আজি সুশাসন দিৱসত লক্ষ্ণৌত ইয়াৰ শুভাৰম্ভ কৰাটো অতি গৌৰৱ আৰু সন্তুষ্টিৰ বিষয়’।
राष्ट्र प्रेरणा स्थल में कमल पुष्प के आकार का अत्याधुनिक संग्रहालय निस्वार्थ नेतृत्व और सुशासन की भावना को सजीव रूप में सामने लाता है। यह आने वाली पीढ़ियों को हमारे जननायकों के आदर्शों को आत्मसात कर जीवन में अपनाने की प्रेरणा देता रहेगा। pic.twitter.com/BrF4Rx8KAz
— Narendra Modi (@narendramodi) December 25, 2025
****
MJPS/VJ/MK

लखनऊ के मेरे परिवारजनों का उत्साह और उमंग इस बात का प्रमाण है कि देश की महान विभूतियों के आदर्श, मूल्य और राष्ट्रसेवा की भावना आज भी जन-जन का मार्गदर्शन कर रही है। pic.twitter.com/196edya92P
— Narendra Modi (@narendramodi) December 25, 2025
राष्ट्र प्रेरणा स्थल उस सोच का प्रतीक है, जिसने भारत को आत्मसम्मान, एकता और सेवा का मार्ग दिखाया है। यहां डॉक्टर श्यामा प्रसाद मुखर्जी, पंडित दीनदयाल उपाध्याय जी और अटल बिहारी वाजपेयी जी की प्रतिमाएं हमें संदेश देती हैं कि हमारा हर कदम और हर प्रयास राष्ट्र-निर्माण के लिए समर्पित… pic.twitter.com/SX9o3HBvtd
— Narendra Modi (@narendramodi) December 25, 2025
डॉक्टर श्यामा प्रसाद मुखर्जी ने भारत में आर्थिक आत्मनिर्भरता की नींव रखी थी। उनकी प्रेरणा से आज हम उसे और सशक्त बनाने में कोई कोर-कसर नहीं छोड़ रहे हैं। pic.twitter.com/aVzPhxivrQ
— Narendra Modi (@narendramodi) December 25, 2025
पंडित दीनदयाल जी का विजन था कि कतार में खड़े अंतिम व्यक्ति तक हर सुविधा पहुंचे। आज जब हम हर जरूरतमंद तक सरकार की कल्याणकारी योजनाओं का लाभ पहुंचा रहे हैं, तो अंत्योदय का उनका ये सपना साकार हो रहा है। pic.twitter.com/rILO0OBKKl
— Narendra Modi (@narendramodi) December 25, 2025
अटल जी की जयंती सुशासन का उत्सव मनाने का भी दिन है। भाजपा-NDA सरकार ने सुशासन की जो विरासत बनाई है, उसे आज हम एक नया विस्तार दे रहे हैं। pic.twitter.com/3IPZNeFRa6
— Narendra Modi (@narendramodi) December 25, 2025
कांग्रेस और उसके सहयोगियों ने राजनीतिक रूप से भाजपा को हमेशा अछूत बनाए रखा। लेकिन भाजपा के संस्कार ने हमें सबका सम्मान करना सिखाया है, जिसके एक नहीं अनेक उदाहरण हैं… pic.twitter.com/CMpzd43UHQ
— Narendra Modi (@narendramodi) December 25, 2025
राष्ट्र प्रेरणा स्थल हमारे देश की महान विभूतियों के जीवन, उनके आदर्शों और अमूल्य विरासत को समर्पित एक प्रेरणादायी स्मारक है। आज सुशासन दिवस पर लखनऊ में इसका लोकार्पण कर अपार गौरव और आत्मिक संतोष की अनुभूति हुई। pic.twitter.com/2N87WqxRZn
— Narendra Modi (@narendramodi) December 25, 2025