পি এম ইণ্ডিয়া


দিপাৱলী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেডাৰনাথ মন্দিৰ দৰ্শন কৰে৷ তেওঁ ঐতিহাসিক কেডাৰনাথ মন্দিৰত পূজা আগবঢ়ায়৷ তেওঁ সমগ্ৰ মন্দিৰটোৰ চাৰিওফালে খোজ কাঢ়ি মন্দিৰৰ পুনৰ নিৰ্মাণ কাৰ্যসূচীৰ খতিয়ান লয়৷ তেওঁক জ্যেষ্ঠ বিষয়াই কামৰ অগ্ৰগতি সম্পৰ্কে জানিবলৈ দিয়ে৷ তেওঁ মন্দিৰ প্ৰাংগনত উপস্থিত থকা বিভিন্ন ব্যক্তিৰ সৈতে বাৰ্তালাপ কৰে৷
২০১৩ চনত বান তথা ভূমিস্খলনৰ কবলত পৰা কেডাৰনাথ মন্দিৰ প্ৰাংগনৰ নিৰ্মাণ বৰ্তমানে অগ্ৰাধিকাৰযোগ্য কামৰ তালিকাত অন্তৰ্ভুক্ত হৈছে৷
******
AKT/SH/MANN
बाबा केदारनाथ के दर्शन का सौभाग्य पाकर अभिभूत हूं।
— Narendra Modi (@narendramodi) November 7, 2018
मैंने महादेव से देश की निरंतर प्रगति और सभी देशवासियों के सुख, शांति और समृद्धि की कामना की है।
जय बाबा केदारनाथ ! pic.twitter.com/IlyPJ7pcsi
On the banks of the pristine Bhagirathi river, praying to Maa Bhagirathi.
— Narendra Modi (@narendramodi) November 7, 2018
Felt extremely blessed. pic.twitter.com/uz2PEPYYbx