পি এম ইণ্ডিয়া
|
১ |
ভাৰত চৰকাৰৰ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা আৰু ৰয়েল ভুটান চৰকাৰৰ ইনফৰমেচন টেকনল’জী আৰু টেলিক’মৰ মাজত দক্ষিণ এচিয়া উপগ্ৰহৰ ব্যৱহাৰেৰে ছেটকম নেটৱৰ্কৰ প্ৰতিষ্ঠাৰ বাবে বুজাবুজি চুক্তি |
সঞ্চালক, ছেটকম – পি অ’, ইছৰো মুখ্য কাৰ্য্যালয়, মহাকাশ বিভাগ |
সঞ্চালক, ডিআইটিটি, তথ্য আৰু যোগাযোগ মন্ত্ৰালয় |
|
2 |
বিমান দুৰ্ঘটনা আৰু ঘটনাৰ তদন্তৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে ভুটান চৰকাৰৰ তথ্য আৰু যোগাযোগ মন্ত্ৰালয়ৰ বিমান দুৰ্ঘটনা তদন্ত গোট (AAIU) আৰু ভাৰত চৰকাৰৰ অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ বিমান দুৰ্ঘটনা তদন্ত ব্যুৰ’ৰ মাজত বুজাবুজি চুক্তি |
অৰবিন্দ হান্দা সাধাৰণ সঞ্চালক – বিমান দুৰ্ঘটনা আৰু তদন্ত ব্যুৰ’, অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয় |
পেম্বা ৱাংচুক কাৰ্য্যনিৰ্বাহক সচিব, তথ্য আৰু যোগাযোগ মন্ত্ৰালয় |
|
3 |
‘ড্ৰাক ৰিছাৰ্ছ এণ্ড এডুকেশ্যন নেটৱৰ্ক অন পীৰিং’ৰ ক্ষেত্ৰত ইলেক্ট্ৰ’নিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় সূচনা কেন্দ্ৰৰ অধীনৰ নেশ্যনেল নলেজ নেটৱৰ্ক অৱ ইণ্ডিয়া (NKN) আৰু তথ্য-প্ৰযুক্তি আৰু টেলিকম মন্ত্ৰালয়ৰ মাজত বুজাবুজি চুক্তি |
আৰ এছ মণি, |
জিগমে টেনজিন, |
|
4 |
মাংডাছু উৎপাদিত বিদ্যুৎৰ বিক্ৰী আৰু ক্ৰয়ৰ বাবে পিটিচি ইণ্ডিয়া লিমিটেড আৰু ড্ৰাক গ্ৰীণ পাৱাৰ কৰ্পৰেচন লিমিটেডৰ মাজত বিদ্যুৎ শক্তি ক্ৰয়ৰ বুজাবুজি চুক্তি |
দীপক অমিতাভ, অধ্যক্ষ আৰু পৰিচালন সঞ্চালক, পিটিচি ইণ্ডিয়া লিমিটেড |
ডাচৌ চিৱাং ৰিনজিন পৰিচালন সঞ্চালক, |
|
5 |
ভুটান ৰাষ্ট্ৰীয় আইন প্ৰতিষ্ঠান আৰু ৰাষ্ট্ৰীয় আইন একাডেমী, ভূপালৰ মাজত আইন শিক্ষা আৰু পাৰস্পৰিক আদান প্ৰদান সন্দৰ্ভত বুজাবুজি চুক্তি |
ৰুচিৰা কামব’জ, |
সন্মানীয় ন্যায়াধীশ ল’বজেঙ্গ ৰিনজিন য়াৰগে, সঞ্চালক প্ৰধান, ভুটান ৰাষ্ট্ৰীয় আইন প্ৰতিষ্ঠান |
|
6 |
ভুটানৰ থিম্ফুৰ জিগমে ছিংগে’ ৱাংছুক স্কুল অৱ ল’ আৰু ভাৰতৰ বাঙ্গালোৰৰ নেশ্যনেল ল স্কুল অৱ ইণ্ডিয়াৰ মাজত সম্পৰ্ক সম্প্ৰসাৰণৰ উদ্দেশ্য আৰু আইন শিক্ষা আৰু গৱেষণা ক্ষেত্ৰত শৈক্ষিক আৰু সাংস্কৃতিক বিনিময়ৰ বাবে বুজাবুজি চুক্তি |
অধ্যাপক (ড°) এম কে ৰমেশ, উপাচাৰ্য ( এফ এ চি) |
শ্ৰীযুত ছাংগে’ দৰ্জী, ডীন, জিগমে ছিংগে’ ৱাংচুক স্কুল অৱ ল’ |
|
7 |
ৰয়েল ইউনিভাৰচিটি অব ভূটান আৰু ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজী, কানপুৰৰ মাজত বুজাবুজি চুক্তি |
অধ্যাপক অভয় কৰণদিকাৰ, সঞ্চালক, ইণ্ডিয়ান ইনচটিটিউত অৱ টেকন’লজি, কানপুৰ |
শ্ৰীযুত নিদুপ দৰ্জী, উপাচাৰ্য, ৰয়েল ইউনিভাৰ্ছিটি অৱ ভুটান |
|
8 |
ৰয়েল ইউনিভাৰ্ছিটি অৱ ভুটান আৰু ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজী, ব’ম্বেৰ মাজত বুজাবুজি চুক্তি |
অধ্যাপক শুভাশীষ চৌধুৰী, ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজী, ব’ম্বে |
শ্ৰীযুত নিদুপ দৰ্জী, উপাচাৰ্য, ৰয়েল ইউনিভাৰ্ছিটি অৱ ভুটান |
|
9 |
ৰয়েল ইউনিভাৰ্ছিটি অৱ ভুটান আৰু নেচনেল ইনষ্টিটিউট অৱ টেকন’লজী, শিলচৰৰ মাজত বুজাবুজি চুক্তি |
অধ্যাপক শিৱাজী বন্দোপাধ্যায়, সঞ্চালক, নেচনেল ইনষ্টিটিউট অৱ টেকন’লজী, শিলচৰ |
শ্ৰীযুত নিদুপ দৰ্জী, উপাচাৰ্য, ৰয়েল ইউনিভাৰ্ছিটি অৱ ভুটান |
|
10 |
ৰয়েল ইউনিভাৰ্ছিটি অৱ ভুটান আৰু ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজী, দিল্লীৰ মাজত বুজাবুজি চুক্তি |
অধ্যাপক ভি. ৰামগোপাল ৰাও, ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজী, দিল্লী |
শ্ৰীযুত নিদুপ দৰ্জী, উপাচাৰ্য, ৰয়েল ইউনিভাৰ্ছিটি অৱ ভুটান |
নং | বুজাবুজি চুক্তিপত্ৰৰ নাম | ভাৰতৰ তৰফৰ পৰা স্বাক্ষৰকাৰী | ভূটানৰ তৰফৰ পৰা স্বাক্ষৰকাৰী |
|---|
***
VRRK/SH/AK/RD