পি এম ইণ্ডিয়া
১. য়াকভলেভ ডিজাইন ব্যুৰ’ আৰু ভাৰতৰ আর্থ মুভাৰ্ছ লিমিটেডৰ মাজত ‘দক্ষ’ নামত প্ৰশিক্ষণমূলক বিমান নির্মাণ আৰু যন্ত্রাংশ সংযোজনৰ বাবে বুজাবুজি চুক্তি৷
২. জাৰুবেজনেফ্ট আৰু ছানগ্ৰূপ এন্টাৰপ্রাইজেজ প্রাইভেট লিমিটেডৰ মাজত বুজাবুজি চুক্তি।
৩. ফাৰ ইষ্টার্ন মাইনিং কোম্পানী আৰু ষ্টেট ট্রেডিং কর্প’ৰেশন অৱ ইণ্ডিয়া লিমিটেডৰ মাজত বুজাবুজি চুক্তি।
৪. ফাৰ ইষ্টার্ন মাইনিং কোম্পানী আৰু ছান গোল্ড ইউৰেছিয়া সংস্থাৰ মাজত সহযোগিতামূলক চুক্তি।
৫. স্বায়ত্বশাসিত অলাভজনক সংস্থা ‘এজেন্সি ফৰ ষ্ট্ৰেটেজিক ইনিচিয়েটিভছ’ আৰু গ্ল’বেল এডুকেছন এণ্ড লিডাৰশ্বিপ ফাউণ্ডেছনৰ মাজত বুজাবুজি চুক্তি।
৬. ছোলকোভ ফাউণ্ডেছন আৰু গ্ল’বাল এডুকেছন এণ্ড লিডাৰশ্বিপ ফাউণ্ডেছনৰ মাজত বুজাবুজি চুক্তি।
৭. ৰাষ্ট্ৰী দক্ষতা বিকাশ নিগম আৰু মানৱ ৰচনা বিদ্যান্তৰীক্ষা প্রাইভেট লিমিটেড আৰু জেএছচি ৰববো সংস্থাৰ মাজত বুজাবুজি চুক্তি।
৮. সংস্কৃতি আদান–প্ৰদানৰ জৰিয়তে সম্পর্কক আৰু শক্তিশালী কৰিবলৈ ৰাছিয়াৰ গণমাধ্যম সংস্থা স্পুটনিক ইনফৰমেছন এজেন্সি আৰু জি–মিডিয়া কর্প’ৰেশন লিমিটেডৰ সংস্থা ৱাইআইঅ’এনৰ মাজত বুজাবুজি চুক্তি।
৯. ইনভেষ্ট ইণ্ডিয়া আৰু স্কোলকোভো ফাউণ্ডেছনৰ মাজত বুজাবুজি চুক্তি।
১০. আৰইউএছ এডুকেছন প্রাইভেট লিমিটেড, ফাৰ ইষ্ট ফেডাৰেল ইউনিভাৰ্চিটী আৰু ফাৰ ইষ্ট ইনভেষ্টমেণ্ট এণ্ড এক্সপ’র্ট এজেন্সিৰ মাজত সহযোগিতামূলক চুক্তি।
১১. ফাৰ ইষ্ট ইনভেষ্টমেণ্ট এণ্ড এক্সপ’র্ট এজেন্সি আৰু এছএএছ ফিন ইনভেষ্ট এলএলপি সংস্থাৰ মাজত সহযোগিতামূলক চুক্তি।
১২. স্বায়ত্ত্বশাসিত অলাভজনক সংস্থা ফাৰ ইষ্ট ইনভেষ্টমেণ্ট এণ্ড এক্সপ’র্ট এজেন্সি, কেজিকে সুদিমা এভাৰগ্রিন প্রাইভেট লিমিটেড আৰু জাবাইকালস্কাই কেৰাই চৰকাৰৰ মাজত বিনিয়োগ সম্পৰ্কীয় প্ৰকল্পসমূহ ৰূপায়ণত সহযোগিতামূলক চুক্তি।
১৩. ফাৰ ইষ্ট ফেডাৰেল ইউনিভাৰ্চিটী, নন্দ এণ্ড জিৎ খেমকা ফাউণ্ডেছন আৰু গ্ল’বেল এডুকেছন এণ্ড লিডাৰশ্বিপ ফাউণ্ডেছনৰ মাজত মহাত্মা গান্ধী চেন্টাৰ স্থাপন সম্পৰ্কীয় চুক্তি।
১৪. এলএলচি আৰআইটিই আৰু ষ্টাৰ অ’ভাৰছীজ লিমিটেডৰ মাজত সহযোগিতামূলক চুক্তি।
১৫. ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগম, মেজিক বিলিয়ন আৰু এলএছ–ৰুশপেচিফিক কোম্পানী লিমিটেডৰ মাজত বুজাবুজি চুক্তি।
১৬. মাগাদান ৰিজিয়ন গর্ভনমেণ্ট আৰু এলএলচি ছান ইউৰেছিয়াৰ মাজত বুজাবুজি চুক্তি।
১৭. ৰাষ্ট্ৰীয় খনিজ উন্নয়ন নিগম আৰু ফাৰ ইষ্ট মাইনিং কোম্পানীৰ মাজত বুজাবুজি চুক্তি।
১৮. এনএলচি ইণ্ডিয়া লিমিটেড আৰু ফাৰ ইষ্ট মাইনিং কোম্পানীৰ মাজত সহযোগিতামূলক চুক্তি।
১৯. ফাৰ ইষ্ট মাইনিং কোম্পানী আৰু ষ্টীল অথৰিটি অৱ ইণ্ডিয়া লিমিটেডৰ মাজত সহযোগিতামূলক বুজাবুজি চুক্তি।
২০. ফাৰ ইষ্ট মাইনিং কোম্পানী আৰু এমএমটিচি লিমিটেডৰ মাজত সহযোগিতামূলক চুক্তি।
২১. ফাৰ ইষ্ট মাইনিং কোম্পানী আৰু খনিজ বিদেশ ইণ্ডিয়া লিমিটেডৰ মাজত সহযোগিতামূলক চুক্তি।
২২. ফাৰ ইষ্ট মাইনিং কোম্পানী আৰু ক’ল ইণ্ডিয়া লিমিটেডৰ মাজত সহযোগিতামূলক চুক্তি।
২৩. ৰাছিয়াত কৃষি–কাৰ্য আৰু শষ্য সুৰক্ষাৰ ক্ষেত্রত যুটীয়াভাবে বিনিয়োগৰ লক্ষ্যৰে ৰাছিয়ান ডাইৰেক্ট ইনভেষ্টমেণ্ট ফাণ্ড আৰু ইউপিএল লিমিটেডৰ মাজত সহযোগিতামূলক চুক্তি।
২৪. পাৰস্পৰিক বাণিজ্যিক সহযোগিতাৰ লক্ষ্যৰে জইণ্ট ষ্টক কোম্পানী ফাৰ ইষ্ট এণ্ড বাইকাল ৰিজিয়ন ডেভেলপমেণ্ট ফাণ্ড আৰু তামিলনাডু ইনফ্রাষ্ট্ৰাকচাৰ ফাণ্ড মেনেজমেন্টৰ মাজত বুজাবুজি চুক্তি।
২৫. এলপিজিৰ ক্ষেত্রত সহযোগিতাৰ লক্ষ্যৰে এইচ–এনার্জি গ্ল’বেল লিমিটেড আৰু জইণ্ট ষ্টক কোম্পানী নোভাটেকৰ মাজত বুজাবুজি চুক্তি।
২৬. ফাৰ ইষ্ট ফেডাৰেল ইউনিভাৰ্চিটী (ভ্লাদিভস্তক, ৰাছিয়া) আৰু পণ্ডিত দীনদয়াল পেট্রোলিয়াম ইউনিভাৰ্চিটী (গান্ধীনগৰ, গুজৰাট, ভাৰত) মাজত বুজাবুজি চুক্তি।
২৭. প্রাইম অৰস্কাই টেৰিটৰিত এলএলচি কেজিকে ডিভি সম্পৰ্কীয় বিনিয়োগ প্ৰকল্প ৰূপায়ণৰ চুক্তি।
২৮. ভলঝস্কি এব্রেছিভ ৱর্কাৰ্ছ আৰু মুৰুগাপ্পান গ্ৰুপৰ মাজত চুক্তি।
২৯. লিমিটেড লায়েবিলিটী কোম্পানী ‘আৰআইটিই’ আৰু ৰোমান টেকন’লজীছ প্রাইভেট লিমিটেডৰ মাজত সহযোগিতামূলক চুক্তি।
৩০. নবীকৰণযোগ্য শক্তি প্ৰকল্পৰ সম্ভাৱনাৰ অনুসন্ধান কৰিবলৈ ষ্টেট ডেভেলপমেণ্ট কোম্পানী, জইণ্টষ্টক কোম্পানী জাৰুবেজনেফ্ট, হেভেল লিমিটেড লায়েবিলিটী কোম্পানী, ইণ্ডিয়ান অইল কর্প’ৰেশন লিমিটেড আৰু ছানগ্ৰূপ এণ্টাৰপ্রাইজেজ লিমিটেডৰ মাজত বুজাবুজি চুক্তি।
৩১. ভাৰতৰ এমিটী বিশ্ববিদ্যালয় তথা প্ৰতিষ্ঠান আৰু ৰাছিয়াত জাবাইকাল্সকি ক্রাইৰ বিনিয়োগ প্ৰসাৰ মন্ত্ৰালয়ৰ মাজত আন্তঃৰাষ্ট্ৰীয় বুজাবুজি চুক্তি৷
৩২. চৌকোটকা স্বায়ত্ত্বশাসিত অঞ্চল আৰু এমিটী বিশ্ববিদ্যালয়ৰ মাজত বুজাবুজি চুক্তি।
৩৩. এফইএফইউ টেকন’লজী এণ্টাৰপ্রিনিৰশ্বিপ ফাণ্ড আৰু এমিটী বিশ্ববিদ্যালয়ৰ মাজত বুজাবুজি চুক্তি।
৩৪. বিশেষ অর্থনৈতিক অঞ্চলত কাম–কাজ আৰম্ভ কৰাৰ লক্ষ্যৰে জেএছিচি ফাৰ ইষ্ট ডেভেলপমেণ্ট কর্প’ৰেশন আৰু লিমিটেড লায়েবিলিটী কোম্পানী ফাৰ ইষ্টার্ন নেচাৰেল ৰিছ’ৰ্ছ লিমিটেডৰ (টাটা পাৱাৰ কোম্পানী লিমিটেডৰ ১০০ শতাংশ অধীনস্থ) মাজত চুক্তি।
৩৫. বুৰিয়াটিয়া চৰকাৰ আৰু ষ্টাৰ অ’ভাৰ্ছিছ লিমিটেডৰ মাজত বুৰিয়াটিয়া চৰকাৰৰ অধীনস্থ এলেকাত প্ৰকল্প ৰূপায়ণৰ বাবে চুক্তি।
***
VRRK/SH/AK/DB