পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী চিৰাগ পাছৱানে লিখা এটা প্ৰবন্ধ শ্বেয়াৰ কৰি লাডাখত নতুন সুযোগ মুকলি কৰাৰ বিষয়ে আলোকপাত কৰে।
প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে লাডাখৰ স্থানীয় এবিধ বিশেষ বেৰীয়ে উদ্ভাৱন আৰু সুযোগৰ কাহিনী ৰচনা কৰিছে। প্ৰবন্ধটোৱে কেনেদৰে উদ্যোগশীলতা আৰু মূল্য সংযোজনৰ দ্বাৰা লাডাখত সমৃদ্ধিৰ নতুন পথ মুকলি কৰিছে তাৰ ওপৰত এক আকৰ্ষণীয় প্ৰতিফলন উপস্থাপন কৰিছে সেই বিষয়ে শ্ৰী মোদীয়ে লক্ষ্য কৰিছে। তেওঁ ৰাষ্ট্ৰই ইয়াক কেনেদৰে ‘ভোকেল টু লোকেল ফৰ গ্ল’বেল’লৈ আগবাঢ়ি আছে তাৰ এক অন্তর্দৃষ্টিসম্পন্ন কাহিনী বুলি অভিহিত কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ
“লাডাখৰ স্থানীয় এবিধ বিশেষ বেৰীয়ে উদ্ভাৱন আৰু সুযোগৰ কাহিনী ৰচনা কৰিছে। কেনেদৰে উদ্যোগশীলতা আৰু মূল্য সংযোজনে লাডাখত সমৃদ্ধিৰ নতুন পথ মুকলি কৰিছে তাৰ ওপৰত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী @iChiragPaswan ৰ এক আকৰ্ষণীয় প্ৰতিফলন! আমি কেনেকৈ ‘ভোকেল টু লোকেল ফৰ গ্ল’বেল” লৈ আগবাঢ়িছো তাৰ এক অন্তর্দৃষ্টিসম্পন্ন কাহিনী।
A berry native to Ladakh is scripting a story of innovation and opportunity.
A compelling reflection by Union Minister Shri @iChiragPaswan on how entrepreneurship and value addition are unlocking new avenues of prosperity in Ladakh!An insightful read on how we are advancing… https://t.co/OpP3fbEK9i
— PMO India (@PMOIndia) June 3, 2026
***
MJPS/SS/PRK/MK
A berry native to Ladakh is scripting a story of innovation and opportunity.
— PMO India (@PMOIndia) June 3, 2026
A compelling reflection by Union Minister Shri @iChiragPaswan on how entrepreneurship and value addition are unlocking new avenues of prosperity in Ladakh!
An insightful read on how we are advancing… https://t.co/OpP3fbEK9i