পি এম ইণ্ডিয়া
ভাৰত-তীব্বত সীমান্ত আৰক্ষী বাহিনীৰ সঞ্চালকপ্ৰধান শ্ৰী আৰ. কে. পাচনন্দাই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰ লগতে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিলৈ ৮.৫ কোটি টকাৰ চেক প্ৰদান কৰে। এই ধনখিনি আইটিবিপি জোৱানসকলৰ বৰঙণিৰ জৰিয়তে সংগ্ৰহ কৰা হয়।
***
AKT/KP/SK/DB