Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহাৰ্য পুঁজিলৈ উত্তৰপ্ৰদেশৰ মূখ্যমন্ত্ৰীৰ ৫ কোটি টকাৰ বৰঙণি

প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহাৰ্য পুঁজিলৈ উত্তৰপ্ৰদেশৰ মূখ্যমন্ত্ৰীৰ ৫ কোটি টকাৰ বৰঙণি


উত্তৰপ্ৰদেশৰ মূখ্যমন্ত্ৰী যোগী আদিত্যনাথে আদি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক নতুন দিল্লীত সাক্ষাৎ কৰি চাইক্ল’নৰদ্বাৰা প্ৰভাৱিত লক্ষ্যদ্বীপ আৰু আন আন ৰাজ্যসমূহৰ সাহাৰ্যৰ বাবে মূখ্যমন্ত্ৰী দুৰ্যোগ সাহাৰ্য পুঁজিৰ পৰা প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহাৰ্য পুঁজিলৈ ৫ কোটি টকাৰ বৰঙণি আগবঢ়ায়।

***

AKT/AK/PRK