Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধাৰী চৰণ সিঙৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি


প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধাৰী চৰণ সিঙৰ জন্ম বাৰ্ষিকী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “জন্ম বাৰ্ষিকীত চৌধাৰী চৰণ সিং জীক সুঁৱৰিছো। চৌধাৰী চাহাবে অতি উচৰ্গিত মনোভাৱেৰে দেশ সেৱা কৰিছিল। তেওঁ আমাৰ গাওঁসমূহৰ উন্নয়নৰ অৰ্থে একাগ্ৰতাচিত্তে কাম কৰিছিল আৰু আমাৰ কৃষকসকলৰ অধিকাৰক সদায় সমৰ্থন কৰিছিল।”

***

AKT/NT/DB