Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিঙজীক তেওঁৰ জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰত ৰত্ন চৌধুৰী চৰণ সিঙজীক তেওঁৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। “তেওঁ সমাজৰ বঞ্চিত শ্ৰেণীৰ কল্যাণৰ লগতে কৃষিৰ প্ৰগতি আৰু কৃষকসকলৰ সমৃদ্ধিৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। ৰাষ্ট্ৰ নিৰ্মাণত তেওঁৰ অৱদান কৃতজ্ঞ ৰাষ্ট্ৰই কেতিয়াও পাহৰিব নোৱাৰে”, শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ

“প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰত ৰত্ন চৌধুৰী চৰণ সিং জীলৈ তেওঁৰ জন্ম দিৱস উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তেওঁ সমাজৰ বঞ্চিত শ্ৰেণীৰ কল্যাণৰ লগতে কৃষিৰ প্ৰগতি আৰু কৃষকসকলৰ সমৃদ্ধিৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। ৰাষ্ট্ৰ নিৰ্মাণত তেওঁৰ অৱদান কৃতজ্ঞ ৰাষ্ট্ৰই কেতিয়াও পাহৰিব নোৱাৰে।”

 

 

***

MJPS/VJ/DD