পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিং জীৰ জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে কয় যে ড০ সিঙে বহু বছৰ ৰাজহুৱা জীৱনত অতিবাহিত কৰিছিল আৰু নিষ্ঠাৰে ৰাষ্ট্ৰলৈ সেৱা আগবঢ়াইছিল।
এক্স-ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে শ্বেয়াৰ কৰিছেঃ
‘আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিংজীক তেওঁৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তেওঁ বহু বছৰ ৰাজহুৱা জীৱনত অতিবাহিত কৰিছিল আৰু নিষ্ঠাৰে ৰাষ্ট্ৰৰ সেৱা কৰিছিল।’
Tributes to our former Prime Minister Dr. Manmohan Singh Ji on his birth anniversary. He spent many years in public life and served the nation with dedication.
— Narendra Modi (@narendramodi) September 26, 2026
****
MJPS/SS/PRK/MK