Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী মোৰাৰজী দেশাইলৈ তেওঁৰ জন্মবাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি


ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী মোৰাৰজী দেশাইৰ জন্মবাৰ্ষিকীত আজি প্ৰধানমন্ত্ৰীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, “তেওঁ সদায়েই নিয়মানুৱৰ্তিতা আৰু মূল্যবোধৰ ভেটিতহে ৰাজনীতি কৰিছিল, যাৰ বাবে তেওঁ চিৰস্মৰণীয় হৈ ৰ’ব।”

*****

VRRK/AK/RD