Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পৰম্পৰাগত সুস্বাস্থ্যৰ অভ্যাসৰ পৰা স্বাস্থ্য আৰু কল্যাণৰ প্ৰমাণিত দৃষ্টিভংগী হিচাপে যোগাভ্যাস বিকশিত হোৱাৰ সন্দৰ্ভত এটা প্ৰবন্ধ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ


পৰম্পৰাগত সুস্বাস্থ্যৰ অভ্যাসৰ পৰা স্বাস্থ্য আৰু কল্যাণৰ প্ৰমাণিত দৃষ্টিভংগী হিচাপে যোগাভ্যাস বিকশিত হোৱাৰ সন্দৰ্ভত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী প্ৰতাপৰাও যাদৱে লিখা এটা প্ৰবন্ধ আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্বেয়াৰ কৰে। শ্ৰী মোদীয়ে কয় যে বৈজ্ঞানিক গৱেষণা, ডিজিটেল উদ্ভাৱন আৰু আন্তৰ্জাতিক সহযোগিতাই বিশ্বক যোগাভ্যাসৰ ইতিবাচক দিশসমূহ ভালদৰে বুজি পোৱাত সহায় কৰিছে।

শ্ৰী মোদীয়ে এক্স-ত পোষ্ট কৰিছেঃ

“যোৱা দশকত যোগাভ্যাসে কেনেদৰে পৰম্পৰাগত সুস্বাস্থ্যৰ অভ্যাসৰ পৰা স্বাস্থ্য আৰু কল্যাণৰ প্ৰমাণিত দৃষ্টিভংগীলৈ বিকশিত হৈছে  কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী@mpprataprao য়ে সেই বিষয়ে বিশদভাৱে বৰ্ণনা কৰে। বৈজ্ঞানিক গৱেষণা, ডিজিটেল উদ্ভাৱন আৰু আন্তৰ্জাতিক সহযোগিতাই বিশ্বক ইয়াৰ ইতিবাচক দিশসমূহ ভালদৰে বুজি পোৱাত সহায় কৰিছে।”

dailypioneer.com/news/yoga-lead…

via NaMo App

 

***

MJPS/VJ/DD