পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰি কৈছে যে মানৱ জীৱনৰ প্ৰকৃত পূৰ্ণতা আন জীৱৰ কল্যাণ আৰু ভালৰ বাবে নিৰন্তৰভাৱে কাম কৰাত নিহিত থাকে।
প্ৰধানমন্ত্ৰীয়ে এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰিছে –
“एतावज्जन्मसाफल्यं देहिनामिह देहिषु।
प्राणैरर्थैर्धिया वाचा श्रेय एवाचरेत्सदा॥”
এই হিতোপদেশে প্ৰকাশ কৰিছে যে এই জগতত মানৱ জীৱনৰ চূড়ান্ত পূৰ্ণতা নিজৰ শাৰীৰিক ক্ষমতা, সম্পদ, বুদ্ধি আৰু কথাৰ জৰিয়তে আন জীৱৰ প্ৰতি ভালৰ বাবে আৰু কল্যাণমূলক কাম কাজত নিৰন্তৰভাবে জড়িত থকাতে নিহিত হৈ থাকে।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত লিখিছে;
“एतावज्जन्मसाफल्यं देहिनामिह देहिषु।
प्राणैरर्थैर्धिया वाचा श्रेय एवाचरेत्सदा॥”
एतावज्जन्मसाफल्यं देहिनामिह देहिषु।
प्राणैरर्थैर्धिया वाचा श्रेय एवाचरेत्सदा॥ pic.twitter.com/GCYLs1s8Pp
— Narendra Modi (@narendramodi) August 19, 2026
***
MJPS/SS/ST/HS
एतावज्जन्मसाफल्यं देहिनामिह देहिषु।
— Narendra Modi (@narendramodi) August 19, 2026
प्राणैरर्थैर्धिया वाचा श्रेय एवाचरेत्सदा॥ pic.twitter.com/GCYLs1s8Pp