Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বিহাৰৰ লখীচৰাইত সংঘটিত দুৰ্ভাগ্যজনক ঘটনাৰ ভুক্তভোগীসকলৰ বাবে পিএমএনআৰএফৰ পৰা এককালীন সাহায্য ঘোষণা প্ৰধানমন্ত্ৰীৰ


 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি (পিএমএনআৰএফ) ৰ তৰফৰ পৰা বিহাৰৰ লখীচৰাইত সংঘটিত দুৰ্ভাগ্যজনক ঘটনাত নিহত হোৱা প্ৰতিগৰাকী লোকৰ নিকট আত্মীয়লৈ ২ লাখ টকাকৈ আৰু আহত হোৱা লোকসকলৰ প্ৰতিগৰাকীকে ৫০,০০০ টকাকৈ এককালীন সাহায্য দিয়া হ’ব বুলি  ঘোষণা কৰিছে।
 

এক্স-ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে শ্বেয়াৰ কৰিছেঃ

“প্ৰধানমন্ত্ৰীয়ে বিহাৰৰ লখীচৰাইত সংঘটিত দুৰ্ভাগ্যজনক ঘটনাত নিহত হোৱা প্ৰতিগৰাকী লোকৰ নিকট আত্মীয়লৈ পিএমএনআৰএফৰ তৰফৰ পৰা ২ লাখ টকাকৈ আৰু আহত হোৱা লোকসকলৰ প্ৰতিগৰাকীকে ৫০,০০০ টকাকৈ এককালীন সাহায্য দিয়া হ’ব বুলি ঘোষণা কৰিছে।”

***

MJPS/SS/PRK/DD