Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পৱিত্ৰ গুড ফ্ৰাইডে’ত ভগৱান যীশুৰ সাহস আৰু কৰুণাৰ কথা শ্ৰদ্ধাৰে সোঁৱৰণ প্ৰধানমন্ত্ৰীৰ


পৱিত্ৰ গুড ফ্ৰাইডেৰ দিনা ভগৱান যীশুৰ সাহস আৰু কৰুণাৰ কথা শ্ৰদ্ধাৰে সোঁৱৰণ কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে৷

প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘গুড ফ্ৰাইডেৰ দিনা আমি ভগৱান যীশুৰ সাহস আৰু কৰুণাৰ কথা স্মৰণ কৰিছোঁ৷ অইনৰ সেৱাৰ বাবে আৰু সমাজৰ পৰা অন্যায়, দুখ-কষ্টৰ লগতে অশান্তি-অসূঁয়া আঁতৰ কৰিবৰ বাবে নিজৰ জীৱন উছৰ্গা কৰিছিল ভগৱান যীশুৱে৷’’

***

AKT/KP/RD