Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বহুমুখী প্ৰতিভাধৰ অভিনেতা শশী কাপুৰৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বহুমুখী প্ৰতিভাধৰ অভিনেতা শশী কাপুৰৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

“তেওঁ অভিনয় কৰা চলচিত্ৰ আৰু নাটকসমূহত শশী কাপুৰৰ বহুমুখী প্ৰতিভাৰ উমান পোৱা যায়। তেখেতৰ উচ্চমানৰ অভিনয়ক অনাগত কেইবাটাও প্ৰজন্মই মনত ৰাখিব। তেখেতৰ মৃত্যুত মই অতি দুঃখিত। তেখেতৰ পৰিয়াল আৰু গুণমুগ্ধলৈ সমবেদনা জ্ঞাপন কৰিছো”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

*****

AKT/SH /PRK