Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বাবাচাহেৱ আম্বেদকাৰৰ মহানিৰ্বাণ দিৱসত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাবাচাহেৱ আম্বেদকাৰৰ মহানিৰ্বাণ দিৱসত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

“মই বাবাচাহেৱ আম্বেদকাৰৰ মহানিৰ্বাণ দিৱসত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো।

মুম্বাইৰ চত্য ভূমিত প্ৰাৰ্থনা আগবঢ়াই মই অতি ধন্য অনুভৱ কৰিছো।সেই ভ্ৰমণৰ কিছু আলোকচিত্ৰ আপোনালোককো দেখুৱাব খুজিছো।

https://twitter.com/narendramodi/status/938234707099217920/photo/1“, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। 

***

AKT/AK/PRK