পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাল্মিকী জয়ন্তী উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জনাইছে৷
প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘বাল্মিকী জয়ন্তীৰ শুভেচ্ছা জনাইছো৷ এগৰাকী মহান মনিষী তথা যুগদ্ৰষ্টা সাহিত্যিক বাল্মিকীৰ মহান আদৰ্শ তথা কামে অনাগত প্ৰজন্মক নিসন্দেহে উৎসাহিত কৰি যাব৷’’
*****
AKT/AK/Rang
Greetings on Valmiki Jayanti. A great sage & master litterateur, his rich ideals and works guide generations. वाल्मीकि जयंती पर शुभकामनाएं।
— Narendra Modi (@narendramodi) October 5, 2017