Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বায়ুসেনা বাহিনী দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা


বায়ুসেনা বাহিনী দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বায়ুসেনা বাহিনী দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “বায়ুসেনা বাহিনী দিৱসত মই আমাৰ সাহসী আকাশী যোদ্ধা তথা তেওঁলোকৰ পৰিয়ালবৰ্গলৈ বহুত বহুত শুভেচ্ছা জনাইছো। তেওঁলোকৰ দৃঢ় সংকল্প আৰু কৌশলেৰে আমাৰ আকাশমাৰ্গ সুৰক্ষিত হৈ আছে।”

***

AKT/HS/DB