পি এম ইণ্ডিয়া

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ বায়ু সেনা ভৱনত আজি বায়ু সেনা কৰ্মচাৰীৰ মুৰব্বীয়ে আয়োজন কৰা ‘এট হোম’ শীৰ্ষক অনুষ্ঠানত অংশ গ্ৰহণ কৰে৷
এই উপলক্ষে প্ৰদৰ্শিত ‘ভাৰতীয় বায়ুসেনাৰ অভিনৱ প্ৰদৰ্শন’ শীৰ্ষক এক প্ৰদৰ্শনী পৰিদৰ্শন কৰে প্ৰধানমন্ত্ৰীয়ে৷ এই প্ৰদৰ্শনীৰ মুল বিষয়বস্তু আছিল অভিনৱ উদ্ভাৱন আৰু স্বদেশীকৰণৰ জৰিয়তে আত্মনিৰ্ভৰশীল হোৱা৷
প্ৰধানমন্ত্ৰীয়ে লগতে ভাৰতীয় বায়ু সেনাৰ মাৰ্শ্বাল শ্ৰী অৰ্জন সিঙৰ স্বাৰক ডাক টিকটো মুকলি কৰে৷
***
VRRK/AK/DB
Attended the At-Home programme of the Indian Air Force. Also witnessed an exhibition on the theme of ‘Self Reliance Through Innovation and Indigenisation.' pic.twitter.com/ybskngQZHx
— Narendra Modi (@narendramodi) October 9, 2019
This year we mark the birth centenary of Marshal of the Indian Air Force Arjan Singh DFC. As a tribute to his exemplary service to our nation, a stamp was released. May his courage keep motivating the people of our nation for years to come. pic.twitter.com/bLossC472n
— Narendra Modi (@narendramodi) October 9, 2019