Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বাৰাণসী আৰু পাটনাৰ মাজত ৰে’লৰ ফ্লেগ অফ প্ৰধানমন্ত্ৰীৰ, বিভিন্ন উন্নয়নমূলক প্ৰকল্প মুকলি, বাৰাণসীত ৰাজহুৱা সভা সম্বোধন

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাৰাণসী আৰু পাটনাৰ মাজত ৰে’লৰ ফ্লেগ অফ কৰে৷ তেওঁ বিভিন্ন উন্নয়নমূলক প্ৰকল্প মুকলি কৰে আৰু বাৰাণসীৰ ডিএলডব্লিউ গ্ৰাউণ্ডত এখন ৰাজহুৱা সভা সম্বোধন কৰে৷

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ক উষ্ম আদৰণি জনোৱাৰ বাবে তেওঁ কাশীৰ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে বাৰাণসীৰ ঔদ্যোগিক উন্নয়নৰ প্ৰতীক হিচাপে চিহ্নিত ডিএলডব্লিউৰ ধাৰাবাহিক উন্নয়ন আৰু প্ৰগতিৰ বাবে ভাৰত চৰকাৰ সংকল্পবদ্ধ৷

গৃহ নিৰ্মাণ খণ্ডৰ উন্নয়নৰ বাবে তেওঁ ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাকো শলাগ লয়৷ তেওঁ কয় যে বাৰাণসীত পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা আছে আৰু চহৰখনক স্বচ্ছ কৰি ৰাখিবলৈ সকলো প্ৰচেষ্টাহাতত লোৱা হ’ব৷

প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে শেহতীয়াকৈ ঘোষণা কৰা আয়ুস্মান ভাৰত আঁচনিয়ে দেশৰ স্বাস্থ্য খণ্ডলৈ ব্যাপক পৰিৱৰ্তন কঢ়িয়াই আনিব৷ ইয়ে দৰিদ্ৰ জনগণক উন্নত স্বাস্থ্যসেৱাৰে সাঙুৰি ল’ব বুলিও তেওঁ উনুকিয়ায়৷

আঁচনিসমূহ সম্পূৰ্ণ সূচাৰুৰূপে ৰূপায়ন কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে উত্তৰ-প্ৰদেশ চৰকাৰক প্ৰশংসা কৰে৷

 *****

AKT/SH/SBP/MS