পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰীৰ নেতৃত্বত কেনেদৰে প্রজ্ঞা, সহানুভূতি, সাহস আৰু নিঃস্বাৰ্থ সেৱা প্ৰতিফলিত হৈছে সেই বিষয়ে আলোকপাত কৰা ভূটানৰ প্ৰধানমন্ত্ৰী শ্ৰী ছেৰিং টোবগেৰ এটা প্ৰবন্ধ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্বেয়াৰ কৰিছে।
বিকশিত ভাৰত এই মূল্যবোধ সমূহৰ স্পষ্ট অভিব্যক্তি হিচাপে উল্লেখ কৰি শ্ৰী টোবগেয়ে উল্লেখ কৰিছে কেনেদৰে ভাৰতক অংশীদাৰী দৃষ্টিভংগী প্ৰদান কৰিছে আৰু ইয়াক নিৰ্মাণ কৰিবলৈ জনসাধাৰণক অনুপ্ৰাণিত কৰিছে। লগতে তেওঁ উল্লেখ কৰিছে যে শক্তিশালী ভাৰতে ইয়াৰ প্ৰতিবেশী আৰু গোলকীয় দক্ষিণৰ বাবেও অধিক কৰিব পাৰিব।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত পোষ্ট কৰিছেঃ
“ভূটানৰ প্ৰধানমন্ত্ৰী @tsheringtobgay-এ লিখিছে যে প্ৰধানমন্ত্ৰী @narendramodi-ৰ নেতৃত্বত প্রজ্ঞা, সহানুভূতি, সাহস আৰু নিঃস্বাৰ্থ সেৱা প্ৰতিফলিত হৈছে। তেওঁ বিকশিত ভাৰতক এই মূল্যবোধসমূহৰ আটাইতকৈ স্পষ্ট অভিব্যক্তি হিচাপে প্ৰত্যক্ষ কৰিছে, যিয়ে ভাৰতক এক অংশীদাৰী দৃষ্টিভংগী প্ৰদান কৰে আৰু ইয়াক গঢ়ি তোলাত সহায় কৰিবলৈ নাগৰিকক অনুপ্ৰাণিত কৰে।
তেওঁ কয় যে এক শক্তিশালী ভাৰতে ইয়াৰ চুবুৰীয়া আৰু গোলকীয় দক্ষিণৰ বাবেও অধিক কৰিব পাৰে। নেতৃত্ব আৰু সেৱাৰ ওপৰত এক চিন্তাশীল প্ৰতিফলন।”
PM @narendramodi’s leadership reflects wisdom, compassion, courage and selfless service, writes Bhutan PM @tsheringtobgay. He sees Viksit Bharat as the clearest expression of these values, giving India a shared vision and inspiring people to help build it.
A stronger India, he says, can also do more for its neighbours and the Global South. A thoughtful reflection on leadership and service.
https://t.co/9FeknPkEgr
— PMO India (@PMOIndia) October 7, 2026
****
MJPS/SS/VJ/SS/HS
PM @narendramodi's leadership reflects wisdom, compassion, courage and selfless service, writes Bhutan PM @tsheringtobgay. He sees Viksit Bharat as the clearest expression of these values, giving India a shared vision and inspiring people to help build it. A stronger India, he says, can also do more for its neighbours and the Global South. A thoughtful reflection on leadership and service. https://t.co/9FeknPkEgr
— PMO India (@PMOIndia) October 7, 2026