পি এম ইণ্ডিয়া
দিল্লীৰ মুখ্যমন্ত্ৰী শ্ৰীমতী ৰেখা গুপ্তাই লিখা এটা প্ৰবন্ধ শ্বেয়াৰ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
প্ৰবন্ধটোত কোৱা হৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বই বিশ্ব দৰবাৰত ভাৰতৰ মৰ্যাদা বৃদ্ধি কৰাৰ লগতে দেশৰ ভৱিষ্যতৰ প্ৰতি থকা আত্মবিশ্বাস সুদৃঢ় কৰিছে। ইয়াত বিকশিত ভাৰতৰ দিশত যাত্ৰাক আশা, উদ্দেশ্য আৰু অংশগ্ৰহণৰ দ্বাৰা পৰিচালিত এক সামূহিক আকাংক্ষা বুলি বৰ্ণনা কৰা হৈছে।
প্ৰধানমন্ত্ৰীয়ে এক্সৰ পোষ্টত লিখেঃ
“দিল্লীৰ মুখ্যমন্ত্ৰী শ্ৰীমতী @gupta_rekha-ই লিখিছে যে প্ৰধানমন্ত্ৰী @narendramodi-ৰ নেতৃত্বই বিশ্ব দৰবাৰত ভাৰতৰ মৰ্যাদা বৃদ্ধি কৰাৰ লগতে দেশৰ ভৱিষ্যতৰ প্ৰতি থকা আত্মবিশ্বাস সুদৃঢ় কৰিছে। তেওঁ বিকশিত ভাৰতৰ দিশত যাত্ৰাক আশা, উদ্দেশ্য আৰু অংশগ্ৰহণৰ দ্বাৰা পৰিচালিত এক সামূহিক আকাংক্ষা বুলি বৰ্ণনা কৰিছে।”
****
MJPS/SS/PRK/DB