পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিজয়াদশমীৰ শুভক্ষণ উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে।
এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “বিজয়াদশমীৰ শুভক্ষণ উপলক্ষে সমগ্ৰ দেশবাসীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো।”
****
AKT/VJ/VK/DB
विजयादशमी के शुभ अवसर पर सभी देशवासियों को हार्दिक बधाई।
— Narendra Modi (@narendramodi) October 19, 2018
Vijayadashami greetings to everyone. pic.twitter.com/uts11D1YEl