Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বিজয় দিৱস উপলক্ষে ১৯৭১ চনৰ যুদ্ধৰ সাহসী সৈন্যক প্ৰধানমন্ত্ৰীৰ স্মৰণ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিজয় দিৱস উপলক্ষে ১৯৭১ চনৰ যুদ্ধত অংশগ্ৰহণ কৰা সাহসী সৈন্যক স্মৰণ কৰে৷

‘‘আজি বিজয় দিৱস উপলক্ষে, আমি ১৯৭১ চনৰ যুদ্ধহৰ অদমনীয় সাহসী সৈন্যসকলক স্মৰণ কৰিছোঁ৷ তেওঁৰ অসীম সাহস আৰু দেশভক্তিয়ে আমাৰ দেশৰ নিৰাপত্তা নিশ্চিত কৰিছিল৷ তেওঁলোকৰ সেৱাই প্ৰত্যেক ভাৰতীয়কে উদ্বুদ্ধ কৰিব’’, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷

****

AKT/KP/MANN