পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰি কয় যে এজন জ্ঞানী আৰু বিচক্ষণ ব্যক্তিয়ে ক্ষুদ্ৰই হওক বা বিশালেই হওক, জ্ঞানৰ প্ৰতিটো শাখাৰ পৰা সাৰ আহৰণ কৰিব লাগে। তেওঁ প্ৰতিটো উৎসৰ পৰা মূল্যৱান জ্ঞান বিচৰা আৰু আহৰণ কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।
প্ৰধানমন্ত্ৰীয়ে এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰে –
“अणुभ्यश्च महद्भ्यश्च शास्त्रेभ्यः कुशलो नरः।
सर्वतः सारमादद्यात् पुष्पेभ्य इव षट्पदः॥”
এই হিতোপদেশত কোৱা হৈছে যে মৌমাখীয়ে প্ৰতিটো ফুলৰ পৰা মৌ সংগ্ৰহ কৰাৰ দৰে এগৰাকী জ্ঞানী আৰু বিচক্ষণ ব্যক্তিয়ে ক্ষুদ্ৰই হওক বা বিশাল, জ্ঞানৰ প্ৰতিটো শাখাৰ পৰা জ্ঞান আহৰণ কৰিব লাগে। একেদৰে, মানুহে প্ৰতিটো উৎসৰ পৰা আটাইতকৈ মূল্যৱান জ্ঞান বিচাৰি তাক আহৰণ কৰিব লাগে।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত লিখিছে;
“अणुभ्यश्च महद्भ्यश्च शास्त्रेभ्यः कुशलो नरः।
सर्वतः सारमादद्यात् पुष्पेभ्य इव षट्पदः॥”
अणुभ्यश्च महद्भ्यश्च शास्त्रेभ्यः कुशलो नरः।
सर्वतः सारमादद्यात् पुष्पेभ्य इव षट्पदः॥ pic.twitter.com/tRxMbC7War
— Narendra Modi (@narendramodi) September 8, 2026
***
MJPS/SS/ST/DD
अणुभ्यश्च महद्भ्यश्च शास्त्रेभ्यः कुशलो नरः।
— Narendra Modi (@narendramodi) September 8, 2026
सर्वतः सारमादद्यात् पुष्पेभ्य इव षट्पदः॥ pic.twitter.com/tRxMbC7War