Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বিশিষ্ট অভিনেতা তথা প্ৰাক্তন সাংসদ ইনোচেন্ট বৰিদ থেকেথালাৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশিষ্ট অভিনেতা তথা প্ৰাক্তন সাংসদ ইনোচেন্ট বৰিদ থেকেথালাৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰিছে।

এটা টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

“বিশিষ্ট অভিনেতা তথা প্ৰাক্তন সাংসদ ইনোচেন্ট বৰিদ থেকেথালাৰ বিয়োগত শোকাহত হৈছোঁ। দৰ্শকক মোহিত কৰা আৰু তেওঁলোকৰ জীৱন হাস্যৰসেৰে ভৰাই তোলাৰ বাবে তেওঁ স্মৰণীয় হৈ ৰ’ব। তেওঁৰ পৰিয়ালবৰ্গ আৰু অনুগামীসকললৈ সমবেদনা জ্ঞাপন কৰিলোঁ। তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰকঃ প্ৰধানমন্ত্ৰী @narendramodi”

***

DS/ST/SB