পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব উপভোক্তা অধিকাৰ দিৱস উপলক্ষে শুভেচ্ছা জনাইছে।
এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “বিশ্ব উপভোক্তা অধিকাৰ দিৱস উপলক্ষে সকলোকে শুভেচ্ছা জনাইছো। অৰ্থনীতিত উপভোক্তাসকলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ভাৰত চৰকাৰে কেৱল উপভোক্তাৰ সুৰক্ষাতে নহয়, উপভোক্তাৰ সমৃদ্ধিৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।”
***
AKT/KP/HS/DB
Greetings on World Consumer Rights Day. The consumer plays an important role in the economy.
— Narendra Modi (@narendramodi) March 15, 2018
Government of India is not only focussing on consumer protection but also consumer prosperity. pic.twitter.com/avsAEhtowZ