Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপত স্বৰ্ণ জয় কৰা পিভি সিন্ধুক প্ৰধানমন্ত্ৰীৰ অভিনন্দন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপত স্বৰ্ণ পদক অৰ্জন কৰা পি.ভি সিন্ধুক অভিনন্দন জ্ঞাপন কৰিছে৷

“বিৰল প্ৰতিভাধৰ পি.ভি সিন্ধুৱে ভাৰতক পুনৰ গৌৰৱান্বিত কৰিলে৷ বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপক স্বৰ্ণ জয় কৰাৰ বাবে তেওঁক অভিনন্দন জনাইছো৷ যি আবেগ, উৎসাহ আৰু উৎসৰ্গিত মনোভাৱেৰে তেওঁ বেডমিণ্টনক গ্ৰহণ কৰিছে, সেয়া প্ৰেৰণাদায়ী৷ পি.ভি সিন্ধুৰ সাফল্যই প্ৰতিটো প্ৰজন্মৰ খেলুৱৈক অনুপ্ৰাণিত কৰিব৷”,—প্ৰধানমন্ত্ৰীয়ে কয়৷

******

VRRK/KP/MS