Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বিশ্ব মধুমেহ দিৱসত সুস্থ জীৱনশৈলীৰ দিশত সংকল্পৱদ্ধ হ’বলৈ দেশবাসীলৈ আহ্বান প্রধানমন্ত্রীৰ


প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে বিশ্ব মধুমেহ দিৱসত দেশবাসীক সুস্থ জীৱনশৈলীৰ দিশত সংকল্পৱদ্ধ হ’বলৈ আহ্বান জনায়।

এক বার্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “আজি বিশ্ব মধুমেহ দিৱস উপলক্ষে আহক আমি সকলোৱে মধুমেহ প্রতিৰোধৰ জৰিয়তে সুস্থ আৰু উন্নতমানৰ জীৱন যাপনৰ সংকল্প লওঁ। যোৱা মাহত মোৰ ‘মন কী বাত’ অনুষ্ঠানত দেশৰ যুৱক-যুৱতীসকলেও মধুমেহত আক্রান্ত হোৱাৰ ঘটনা ক্রমশঃ বৃদ্ধি পোৱাৰ সম্পর্কে মই কেতবোৰ বক্তব্য ৰাখিছিলো।”

*****

AKT/AK/DB