Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বিশ্ব ৰেপিড দবা চেম্পিয়নশ্বিপৰ বিজয়ী বিশ্বনাথন আনন্দক অভিনন্দন প্ৰধানমন্ত্ৰীৰ


 

বিশ্ব ৰেপিড দবা চেম্পিয়নশ্বিপৰ বিজয়ী বিশ্বনাথন আনন্দক অভিনন্দন জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে৷ 
প্ৰধানমন্ত্ৰীয়ে কয় ‘অভিনন্দন বিশ্বনাথন আনন্দ৷ আপুনি পুনৰ এবাৰ আপোনাৰ যোগ্যতা প্ৰমাণ কৰিলে৷ আপোনাৰ দৃঢ়তাই আমাক অনুপ্ৰাণিত কৰে৷ বিশ্ব ৰেপিড দবা চেম্পিয়নশ্বিপত আপোনাৰ অদম্য সাফল্যই ভাৰতবাসীক গৌৰবান্বিত কৰিছে৷’

***

AKT/HS/MS