পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ লখীচৰাইত পদপিষ্ট হৈ প্ৰাণ হেৰুওৱা লোকসকলৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে। এই শোকৰ সময়ত শোকসন্তপ্ত পৰিয়ালবৰ্গৰ প্ৰতি প্ৰধানমন্ত্ৰীয়ে সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰে। তেওঁ লগতে কয় যে স্থানীয় প্ৰশাসনে দুৰ্ঘটনাগ্ৰস্ত লোকসকলক সক্ৰিয়ভাৱে সহায় কৰি আছে।
এক্সত এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে লিখিছেঃ
“বিহাৰৰ লখীচৰাইত পদপিষ্ট হৈ কেইবাগৰাকীও লোকে প্ৰাণ হেৰুওৱাৰ ঘটনাত দুখ পাইছো। দুখৰ এই সময়ত শোকসন্তপ্ত পৰিয়ালবৰ্গৰ প্ৰতি মই সমবেদনা জ্ঞাপন কৰিছো । আহতসকল আশু আৰোগ্য কামনা কৰিছো। স্থানীয় প্ৰশাসনে দুৰ্ঘটনাগ্ৰস্ত লোকসকলক সহায় কৰি আছে। “
Pained by the loss of lives due to a stampede in Lakhisarai, Bihar. My thoughts are with the bereaved families in this hour of grief. May the injured recover at the earliest. The local administration is assisting those affected: PM @narendramodi
— PMO India (@PMOIndia) August 17, 2026
***
MJPS/SS/PRK/DD