Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বীৰ চাভাৰকৰৰ জয়ন্তীত তেওঁলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জল


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বীৰ চাভাৰকৰৰ জয়ন্তীত তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰিছে।

এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “স্বাধীনতা আন্দোলনৰ মহান সেনানী আৰু প্ৰখৰ ৰাষ্ট্ৰভক্ত বীৰ চাভাৰকৰৰ জয়ন্তীত তেওঁলৈ কৌটি-কৌটি প্ৰণাম জনাইছো।”

***

DS/SH/SB