Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বুদ্ধ পূৰ্ণিমাত দেশবাসীলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পৱিত্ৰ বুদ্ধ পূৰ্ণিমা উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জনাইছে৷

প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘একবিংশ শতিকাত ভগবান বুদ্ধৰ শিক্ষাবাণীবোৰ যথেষ্ট প্ৰাসঙ্গিক৷ সমাজৰ পৰা অন্যায় অসূয়া আঁতৰ কৰিবৰ বাবেই তেওঁৰ জীৱন সমৰ্পিত আছিল৷ তেওঁৰ কৰুণা, সহানুভূতিয়েই তেওঁক কোটি কোটি লোকৰ হৃদয়ত স্থান দিছিল৷ সকলোলৈকে বুদ্ধ পূৰ্ণিমাৰ আন্তৰিক শুভেচ্ছা জনাইছো৷’’

***

AKT/SH/RD