Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বেলাৰুছৰ ৰাষ্ট্ৰপতিৰ ৰাজনৈতিক ভ্ৰমণৰ সময়ত স্বাক্ষৰিত হোৱা বুজাবুজিৰ চূক্তিৰ তালিকা


 

ক্ৰমিক নং

বুজাবুজিৰ চূক্তিৰ নাম

ভাৰতৰ ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰালয় আৰু বেলাৰুছৰ শিক্ষা মন্ত্ৰালয়ৰ মাজত বুজাবুজিৰ চূক্তি

ভাৰতৰ দক্ষতা বিকাশ আৰু উদ্যোগী মন্ত্ৰালয় আৰু বেলাৰুছৰ শিক্ষা মন্ত্ৰালয়ৰ মাজত কাৰিকৰী শিক্ষা আৰু প্ৰশিক্ষণৰ ক্ষেত্ৰত বুজাবুজিৰ চূক্তি

ভাৰতৰ ৰাষ্ট্ৰীয় বিজ্ঞান একেডেমী আৰু বেলাৰুছৰ ৰাষ্ট্ৰীয় বিজ্ঞান একেডেমীৰ মাজত বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতাৰ চূক্তি

ভাৰতৰ নতুন দিল্লীৰ ভাৰতীয় কৃষি গৱেষণা পৰিষদ আৰু বেলাৰুছৰ গৰ্কীৰ বেলাৰুছিয়ান ষ্টে’ট এগ্ৰিকালচাৰ একেডেমীৰ মাজত কৃষি গৱেষণা আৰু শিক্ষা ক্ষেত্ৰত বুজাবুজিৰ চূক্তি  

ভাৰতৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয় আৰু বেলাৰুছৰ খাদ্য আৰু কৃষি মন্ত্ৰালয়ৰ মাজত ২০০৭ চনৰ ১৬ এপ্ৰিলত স্বাক্ষৰিত হোৱা বুজাবুজিৰ চূক্তি ৰূপায়ণৰ ব্যৱস্থা 

২০১৮-২০২০ বৰ্ষত ভাৰত আৰু বেলাৰুছৰ মাজত সাংস্কৃতিক ক্ষেত্ৰত সহযোগিতাৰ আঁচনি

ভাৰতৰ খনিজ তেল আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয় আৰু বেলাৰুছিয়ান ষ্টে’ট কনচাৰ্ণ অৱ অইল এণ্ড কেমিষ্ট্ৰিৰ মাজত তেল আৰু গেছৰ ক্ষেত্ৰত বুজাবুজিৰ চূক্তি   

জেএছভি “বেলজাৰুবেজষ্ট’ৰী” আৰু ৰাষ্ট্ৰীয় অট্টালিকা নিৰ্মাণ পৰিষদ লিমিটেডৰ মাজত বুজাবুজিৰ চূক্তি   

জেএছচি বেলাৰুছিয়ান পটাছ কোম্পানী আৰু ভাৰতীয় পটাছ কোম্পানী লিমিটেডৰ মাজত বুজাবুজিৰ চূক্তি 

১০

অ জে এছ চি মিন্সক ট্ৰেক্টৰ ৱৰ্কছ আৰু কিৰলোস্কাৰ অইল ইঞ্জিনছ লিমিটেডৰ মাজত পুনেত স্বাক্ষৰিত হোৱা বুজাবুজিৰ চূক্তি ৰূপায়ণৰ বাবে সন্মতি প্ৰদান

AKT/HS/PRK