পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত বৈধ মাপনবিদ্যাৰ ক্ষেত্ৰত ভাৰত আৰু কীৰ্গিস্তানৰ মাজত প্ৰস্তাৱিত বুজাবুজি চুক্তি স্বাক্ষৰ কৰিবলৈ অনুমোদন জনায়৷ অহা ১৩-১৪ জুন, ২০১৯ত অনুষ্ঠিত হ’বলগীয়া এছচিঅ’ সন্মিলনৰ সমান্তৰালভাৱে এই বুজাবুজি চুক্তিখন স্বাক্ষৰ কৰা হ’ব৷
লাভালাভঃ
****
AKT/AK/DB