পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰে-
“गते शोको न कर्तव्यो भविष्यं नैव चिन्तयेत्।
वर्तमानेन कालेन वर्तयन्ति विचक्षणाः॥”
সুভাশিতমত এই বুলি কোৱা হৈছে যে, অতীতৰ বাবে শোক কৰা বা ভৱিষ্যতৰ বাবে চিন্তা কৰা উচিত নহয় আৰু জ্ঞানীসকলে কেৱল বৰ্তমানক লৈহে কাম কৰে।
এক্স-ত প্ৰধানমন্ত্ৰীয়ে লিখিছে;
“गते शोको न कर्तव्यो भविष्यं नैव चिन्तयेत्।
वर्तमानेन कालेन वर्तयन्ति विचक्षणाः॥”
गते शोको न कर्तव्यो भविष्यं नैव चिन्तयेत्।
वर्तमानेन कालेन वर्तयन्ति विचक्षणाः॥ pic.twitter.com/DsAfM1m5UC
— Narendra Modi (@narendramodi) December 22, 2025
*********
MJPS/ST/NB
गते शोको न कर्तव्यो भविष्यं नैव चिन्तयेत्।
— Narendra Modi (@narendramodi) December 22, 2025
वर्तमानेन कालेन वर्तयन्ति विचक्षणाः॥ pic.twitter.com/DsAfM1m5UC