Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বৰ্ষীয়ান চিপিআই নেতা গুৰুদাস দাসগুপ্তৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বৰ্ষীয়ান চিপিআই নেতা গুৰুদাস দাসগুপ্তৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷

“শ্ৰী গুৰুদাস দাসগুপ্তজী আছিল নিজৰ আদৰ্শৰ প্ৰতি অত্যন্ত প্ৰতিজ্ঞাবদ্ধ আৰু স্পষ্টবাদী৷ সংসদত তেওঁ আছিল এক শক্তিশালী কণ্ঠ, যাৰ যুক্তি সকলো ৰাজনৈতিক দলে গুৰুত্বসহকাৰে শুনিছিল৷ তেওঁৰ মৃত্যুৰ সংবাদে মোক ব্যথিত কৰিছে৷ তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক৷”— প্ৰধানমন্ত্ৰীয়ে কয়৷

*****

VRRK/SH/MS