Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাই ডোজ উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাই ডোজৰ এই পবিত্ৰ ক্ষণ উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে৷

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, ‘ভাই ডোজৰ এই পবিত্ৰ ক্ষণত দেশবাসীক বহুত বহুত শুভেচ্ছা জনাইছো, যিটোৱে আমাৰ মাজৰ ভাতৃত্ববোধৰ এনাজৰী ডাল অধিক শক্তিশালী কৰিছে৷’

***

AKT/SH/DB