পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ভাৰতত মালদ্বীপৰ ন্যায়িক বিষয়াসকলৰ সামৰ্থ নিৰ্মাণ কাৰ্যসূচীৰ বাবে ভাৰত আৰু মালদ্বীপৰ মাজত হোৱা বুজাবুজিৰ চুক্তিপত্ৰত অনুমোদন প্ৰদান কৰিছে৷
লাভঃ
এই বুজাবুজিৰ চুক্তিপত্ৰৰ দ্বাৰা ভাৰত আৰু মালদ্বীপৰ মাজত ন্যায়িক ক্ষেত্ৰসমূহত সহযোগিতা বৃদ্ধিৰ লগতে জ্ঞান, প্ৰযুক্তি আৰু অভিজ্ঞতা বিনিময় কাৰ্যসূচীও সম্পন্ন হ’ব৷
*****
VRRK/SC/SH/MANN