Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰতীয়সকলক উদ্ধাৰ কৰা এয়াৰ ইণ্ডিয়াক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ভিড-১৯ মহামাৰীত আক্ৰান্ত দেশসমূহত আৱদ্ধ ভাৰতীয়সকলক উদ্ধাৰ কৰা এয়াৰ ইণ্ডিয়াক প্ৰশংসা কৰে৷ তেওঁ এটা টুইটত এইদৰে লিখে, ‘‘@airindiain দলটোক লৈ অতিশয় গৌৰৱান্বিত, ই সাহস আৰু মানৱীয়তাৰ অতুলনীয় নিদৰ্শন৷ তেওঁলোকৰ এই অসাধাৰণ প্ৰয়াসক ভাৰতৰ বিভিন্নজনে প্ৰশংসা কৰিছে৷#IndiaFightsCorona”

*****

VRRK/AK/MANN