Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰতীয় কোম্পানী ছেক্ৰেটাৰী প্ৰতিষ্ঠান (ICSI)ৰ সোণালী জয়ন্তীত প্ৰধানমন্ত্ৰীৰ সম্বোধন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি ৬ বজাত ভাৰতীয় কোম্পানী ছেক্ৰেটাৰী প্ৰতিষ্ঠান (ICSI)ৰ সোণালী জয়ন্তী বৰ্ষ আৰম্ভণি উপলক্ষে আয়োজন কৰা এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকি সমগ্ৰ দেশতে থকা কোম্পানী ছেক্ৰেটাৰীসকলক সম্বোধন কৰি এক ভাষণ প্ৰদান কৰিব৷

*****

AKT/AK/Rang