পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ভূপেন্দৰ যাদৱে লিখা এটা প্ৰৱন্ধ শ্বেয়াৰ কৰিছে।
প্ৰৱন্ধটোত ভাৰতৰ ব্ৰিকছৰ অধ্যক্ষতাই জনকেন্দ্ৰিক জলবায়ু কাৰ্য্যসূচীৰ জৰিয়তে বহনক্ষম উন্নয়নক কেনেদৰে আগুৱাই লৈ গৈছে সেই বিষয়ে আলোকপাত কৰা হৈছে। ইয়াত বহনক্ষম জীৱনশৈলী, বনানীকৰণ, বৃত্তাকাৰ অৰ্থনীতি আৰু সম্প্ৰদায়ভিত্তিক অভিযোজনৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে। ইয়াৰ উপৰি
কাৰ্বন নিৰ্গমনৰ তীব্ৰতা হ্ৰাস আৰু অজীৱাশ্ম শক্তিৰ ক্ষমতা সম্প্ৰসাৰণৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতিৰ বিষয়ত আলোকপাত কৰা হৈছে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত এনেদৰে পোষ্ট কৰিছে;
“কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ভূপেন্দৰ যাদৱ ডাঙৰীয়াই ভাৰতৰ ব্ৰিকছৰ অধ্যক্ষতাই জনকেন্দ্ৰিক জলবায়ু কাৰ্য্যসূচীয়ে বহনক্ষম উন্নয়নক কেনেদৰে আগুৱাই লৈ যায় সেই বিষয়ে আলোকপাত কৰিছে।
মন্ত্ৰীগৰাকীয়ে কৈছে যে বহনক্ষম জীৱনশৈলী, বনানীকৰণ, বৃত্তাকাৰ অৰ্থনীতি আৰু সম্প্ৰদায়ভিত্তিক অভিযোজনৰ দৰে ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিয়া হৈছে।কাৰ্বন নিৰ্গমনৰ তীব্ৰতা হ্ৰাস তথা অজীৱাশ্ম শক্তিৰ ক্ষমতা সম্প্ৰসাৰণৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতিয়ে সমগ্ৰ প্ৰক্ৰিয়াটোক শক্তিশালী কৰি তুলিছে।”
Union Minister Shri @byadavbjp highlights how India’s BRICS chairship advances sustainable development through people-centric climate action.
The Minister says the focus is on measures such as sustainable lifestyles, afforestation, circular economy and community-based… https://t.co/6jAaNv4eNU
— PMO India (@PMOIndia) August 20, 2026
***
MJPS/SS/ST/DM
Union Minister Shri @byadavbjp highlights how India's BRICS chairship advances sustainable development through people-centric climate action.
— PMO India (@PMOIndia) August 20, 2026
The Minister says the focus is on measures such as sustainable lifestyles, afforestation, circular economy and community-based… https://t.co/6jAaNv4eNU